आप्तानाप्तभाषितत्वे विशेषो नास्ति शब्दगः ।
नित्यत्वे शब्दतत्त्वस्य व्यङ्ग्यत्वं ध्वनिभिर्न च ॥७७॥
āptānāptabhāṣitatve viśeṣo nāsti śabdagaḥ |
nityatve śabdatattvasya vyaṅgyatvaṃ dhvanibhirna ca
(কাৰণ:) আপ্ত বা অনাপ্ত (প্ৰামাণিক-অপ্ৰামাণিক)ৰ দ্বাৰা ভাষিত হোৱাত শব্দ-সম্বন্ধীয় কোনো বিশেষ নাই; আৰু শব্দতত্ত্ব নিত্য হ’লে ধ্বনিৰ দ্বাৰা ব্যঙ্গ্যত্ব (প্ৰকাশ্যতা) নহয়।