पश्यन्त्याश्चेदविद्यात्वं तद्भोगौन्मुख्ययोगतः ।
मध्यमादेर्जडायाः किं भोगेन शबलात्मना ॥७०॥
paśyantyāścedavidyātvaṃ tadbhogaunmukhyayogataḥ |
madhyamāderjaḍāyāḥ kiṃ bhogena śabalātmanā
যদি পশ্যন্তীৰ অবিদ্যাত্ব সেই (ফল) ভোগৰ অভিমুখতাৰ যোগৰ কাৰণে (হয়), তেন্তে জড় মধ্যমা আদিৰ শবল (বিচিত্ৰ)-স্বভাৱী ভোগৰ দ্বাৰা কি (লাভ)?