The Vision of Śiva2.71
तस्मादसाधुः साधुः स्याच्छब्दविद्याफलप्रदः ।
एवं व्याकरणस्यापि समुच्छेद उपैति ते ॥७१॥
tasmādasādhuḥ sādhuḥ syācchabdavidyāphalapradaḥ |
evaṃ vyākaraṇasyāpi samuccheda upaiti te
— সেয়েহে ; — অসাধু (অশুদ্ধ শব্দ) ; — সাধু (শুদ্ধ শব্দ) ; — হ’ব ; — শব্দ-বিদ্যাৰ ফল-প্ৰদ ; — এনেদৰে ; — ব্যাকৰণৰো ; — সমুচ্ছেদ, পূৰ্ণ বিনাশ ; — আহি পৰে ; — তোমালোকৰ ওপৰত সেয়েহে অসাধু (শব্দ)ও সাধু (হৈ) শব্দ-বিদ্যাৰ ফল-প্ৰদ হ’ব; এনেদৰে তোমালোকৰ ব্যাকৰণৰো সমুচ্ছেদ (পূৰ্ণ বিনাশ) হয়।