तथा नानाशरीराणि भुवनानि तथा तथा ।
विसृज्य रूपं गृह्णाति प्रोत्कृष्टाधममध्यमम् ॥३४॥
tathā nānāśarīrāṇi bhuvanāni tathā tathā |
visṛjya rūpaṃ gṛhṇāti protkṛṣṭādhamamadhyamam
তেনেদৰে নানা শৰীৰ আৰু ভুৱনবোৰ সেই সেই ৰূপে এটা ৰূপ এৰি দি প্ৰোৎকৃষ্ট, অধম আৰু মধ্যম (আন ৰূপ) গ্ৰহণ কৰে।