अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥
७-५ ॥
apareyamitastvanyāṃ prakṛtiṃ viddhi me parām |
jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat ||
7-5 ||
এয়া মোৰ অপৰা (নিম্ন) প্ৰকৃতি; কিন্তু হে মহাবাহো, ইয়াতকৈ ভিন্ন, জীৱৰূপ হোৱা মোৰ পৰা (উচ্চ) প্ৰকৃতিক জানা, যাৰ দ্বাৰা এই জগত ধৃত হয়।