वीतरागभयक्रोधा मन्मया मद्व्यपाश्रयाः ।
बहवो ज्ञानतपसा पूता मद्भावमागताः ॥
४-१० ॥
vītarāgabhayakrodhā manmayā madvyapāśrayāḥ |
bahavo jñānatapasā pūtā madbhāvamāgatāḥ ||
4-10 ||
ৰাগ, ভয় আৰু ক্ৰোধমুক্ত, মোময় (মোত নিৱিষ্ট), মোৰ আশ্ৰিত বহুজনে জ্ঞান-তপস্যাৰে পৱিত্ৰ হৈ মোৰ ভাৱ প্ৰাপ্ত কৰিছে।