जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ।
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥
४-९ ॥
janma karma ca me divyamevaṃ yo vetti tattvataḥ |
tyaktvā dehaṃ punarjanma naiti māmeti so'rjuna ||
4-9 ||
মোৰ দিব্য জন্ম আৰু কৰ্ম যিয়ে এইদৰে যথাৰ্থত জানে, তেওঁ দেহ ত্যাগ কৰি পুনৰ্জন্ম নাপায়, মোক প্ৰাপ্ত হয়, হে অৰ্জুন।