अशोच्यानन्वशोचस्त्वं प्रज्ञवन्नाभिभाषसे ।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥
२-१२ ॥
aśocyānanvaśocastvaṃ prajñavannābhibhāṣase |
gatāsūnagatāsūṃśca nānuśocanti paṇḍitāḥ ||
2-12 ||
যিসকলৰ বাবে শোক কৰা অনুচিত তেওঁলোকৰ বাবে তুমি শোক কৰিছা, অথচ প্ৰাজ্ঞৰ দৰে কথা কৈছা; কিন্তু পণ্ডিতসকলে মৃত বা জীৱিত — কাৰো বাবে শোক নকৰে।