त्वं मानुष्येणोपहतान्तरात्मा विषादमोहाभिभवाद्विसंज्ञः ।
कृपागृहीतः समवेक्ष्य बन्धू- भिप्रपन्नान्मुखमन्तकस्य ॥
२-११ ॥
tvaṃ mānuṣyeṇopahatāntarātmā viṣādamohābhibhavādvisaṃjñaḥ |
kṛpāgṛhītaḥ samavekṣya bandhū- bhiprapannānmukhamantakasya ||
2-11 ||
তুমি — কেৱল মানৱীয় ভাৱেৰে আহত অন্তৰাত্মা, বিষাদ আৰু মোহৰ অভিভৱত সংজ্ঞাহীন, মৃত্যুৰ মুখলৈ আগবঢ়া বান্ধৱসকলক দেখি কৰুণাত আবিষ্ট হৈছা —