Bhagavad Gītā (Kashmirian recension)2.13
नह्येवाहं जातु नासं न त्वं नेमे जनाधिपाः ।
न चैव न भविष्यामः सर्वे वयमितः परम् ॥
२-१३ ॥
nahyevāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ |
na caiva na bhaviṣyāmaḥ sarve vayamitaḥ param ||
2-13 ||
— কেতিয়াও মই নাছিলোঁ এনে নহয় ; — তুমিও নহয়, এই ৰজাসকলো নহয় ; — আৰু আমি নাথাকিম এনেও নহয় ; — আমি সকলোৱে ইয়াৰ পাছত মই, তুমি বা এই ৰজাসকল কেতিয়াও নাছিলোঁ এনে নহয়; আৰু ইয়াৰ পাছত আমি সকলোৱে নাথাকিম এনেও নহয়।