सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः ।
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥
१२-४ ॥
sanniyamyendriyagrāmaṃ sarvatra samabuddhayaḥ |
te prāpnuvanti māmeva sarvabhūtahite ratāḥ ||
12-4 ||
ইন্দ্ৰিয়সমূহক সম্যকৰূপে সংযত কৰি, সৰ্বত্ৰ সমবুদ্ধি, সকলো প্ৰাণীৰ হিতত ৰত — তেওঁলোকেও মোক প্ৰাপ্ত হয়।