क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ।
अव्यक्ता हि गतिर्दुःखं देहभृद्भिरवाप्यते ॥
१२-५ ॥
kleśo'dhikatarasteṣāmavyaktāsaktacetasām |
avyaktā hi gatirduḥkhaṃ dehabhṛdbhiravāpyate ||
12-5 ||
অব্যক্তত আসক্তচিত্ত ব্যক্তিসকলৰ ক্লেশ অধিকতৰ; কাৰণ অব্যক্ত গতি দেহধাৰীসকলৰ দ্বাৰা কষ্টেৰেহে প্ৰাপ্ত হয়।