तत्र यदाधिष्ठेयतया बहीरूपतया भानं तदा जाग्रदवस्था मेये मातरि माने च
Transliteration (IAST)
tatra yadādhiṣṭheyatayā bahīrūpatayā bhānaṃ tadā jāgradavasthā meye mātari māne ca
তাত যেতিয়া অধিষ্ঠেয়ৰূপে (আধাৰৰূপে), বহিৰ্ৰূপে ভান (প্ৰকাশ) হয়, তেতিয়া জাগ্ৰত অৱস্থা — মেয়ত, মাতাত আৰু মানত।