अन्तःस्पर्शद्विमर्शानन्तरसमुद्भूतं सितपीताद्यान्तरं वर्णम् उद्भाव्यमानं संविदम् अनुभावयति इति केचित्
Transliteration (IAST)
antaḥsparśadvimarśānantarasamudbhūtaṃ sitapītādyāntaraṃ varṇam udbhāvyamānaṃ saṃvidam anubhāvayati iti kecit
কোনোবাই (কয়) — অন্তঃস্পৰ্শ আৰু বিমৰ্শৰ অব্যৱহিত পাছত উদ্ভূত, সিত-পীত আদি আভ্যন্তৰ বৰ্ণ উদ্ভাৱিত হৈ সংবিদক অনুভৱ কৰায়।