कृत्वाधारधरां चमत्कृतिरसप्रोक्षाक्षणक्षालिताम् आत्तैर् मानसतः स्वभावकुसुमैः स्वामोदसन्दोहिभिः
Transliteration (IAST)
kṛtvādhāradharāṃ camatkṛtirasaprokṣākṣaṇakṣālitām āttair mānasataḥ svabhāvakusumaiḥ svāmodasandohibhiḥ
চমৎকাৰ-ৰসৰ প্ৰোক্ষণেৰে ক্ষণতে প্ৰক্ষালিত (চেতনাক) আধাৰ-ধৰা (পৃথিৱী) কৰি, মনৰ পৰা লোৱা নিজ আমোদ ক্ষৰোৱা স্বভাৱ-কুসুমেৰে —