आनन्दामृतनिर्भरस्वहृदयानर्घार्घपात्रक्रमात् त्वां देव्या सह देहदेवसदने देवार्चये ऽहर्निशम्
Transliteration (IAST)
ānandāmṛtanirbharasvahṛdayānarghārghapātrakramāt tvāṃ devyā saha dehadevasadane devārcaye 'harniśam
আনন্দ-অমৃতেৰে নিৰ্ভৰ নিজ হৃদয়-ৰূপ অনৰ্ঘ অৰ্ঘ-পাত্ৰৰ ক্ৰমেৰে, হে দেৱ, দেৱীৰ সৈতে তোমাক দেহ-ৰূপ দিব্য মন্দিৰত দিনে-নিশাই অৰ্চনা কৰোঁ।