ज्ञाते शिवत्वे सर्वस्थे प्रतिपत्त्या दृढात्मना ।
करणेन नास्ति कृत्यं क्वापि भावनयापिवा ॥६॥
jñāte śivatve sarvasthe pratipattyā dṛḍhātmanā |
karaṇena nāsti kṛtyaṃ kvāpi bhāvanayāpivā
সকলোতে অৱস্থিত শিৱত্ব দৃঢ় প্ৰতিপত্তিৰে (বোধেৰে) জ্ঞাত হ’লে, ক’তো কোনো কৰণৰ প্ৰয়োজন নাই, ভাৱনাৰো নাই (— প্ৰত্যভিজ্ঞাই অকলেই মুক্তি দিয়ে)।