सधर्मचारिणीं सम्यग्गत्वा तत्पितरं स्वयम् ।
अर्थयित्वा ब्राह्मणीं तामानयामास यत्नतः ॥११७॥
sadharmacāriṇīṃ samyaggatvā tatpitaraṃ svayam |
arthayitvā brāhmaṇīṃ tāmānayāmāsa yatnataḥ
— সধৰ্মচাৰিণীৰূপে (ধৰ্মপত্নীৰূপে); আৰু যথাবিধি নিজে তেওঁৰ পিতৃৰ ওচৰলৈ গৈ (তেওঁক) অৰ্থনা (প্ৰাৰ্থনা) কৰি, সেই ব্ৰাহ্মণীক যত্নেৰে (ঘৰলৈ আনিলে)।