कलौ प्रवृत्ते यातेषु तेषु दुर्गमगोचरे ।
कलापिग्रामप्रमुखे समुच्छिन्ने च शासने ॥१०८॥
kalau pravṛtte yāteṣu teṣu durgamagocare |
kalāpigrāmapramukhe samucchinne ca śāsane
কলিযুগ আৰম্ভ হোৱাত, আৰু সেই (ঋষি)সকল কলাপ গ্ৰামক প্ৰধান কৰি এক দুৰ্গম প্ৰদেশলৈ গুচি যোৱাত, আৰু শাসন (উপদেশ) সমুচ্ছিন্ন (লুপ্ত) হোৱাত —