कर्तृत्वे ज्ञप्तिमात्रत्वे आकांक्षा करणे भवेत् ।
द्विरूपत्वे विरुद्धत्वसंक्रमत्वं प्रवर्तते ॥३५॥
kartṛtve jñaptimātratve ākāṃkṣā karaṇe bhavet |
dvirūpatve viruddhatvasaṃkramatvaṃ pravartate
(জ্ঞানক) কৰ্তা (ধৰিলে), (নাইবা) জ্ঞপ্তিমাত্ৰ (ধৰিলে), কৰণৰ এক আকাংক্ষা হ’ব; আৰু (যদি জ্ঞানৰ) দ্বিৰূপ (কৰ্তা আৰু কৰণ দুয়োৱেই) হয়, তেন্তে পৰস্পৰ-বিৰুদ্ধ (অৱস্থা)লৈ সংক্ৰমণ আৰম্ভ হয়।