अविद्यादेर्निमित्तत्वे वेदान्तैः साम्यमागतम् ।
पक्षे द्वितीये ताद्रूप्यं जडत्वादिह तस्य कः ॥२३॥
avidyādernimittatve vedāntaiḥ sāmyamāgatam |
pakṣe dvitīye tādrūpyaṃ jaḍatvādiha tasya kaḥ
অবিদ্যা আদি যদি নিমিত্ত হয়, (তেন্তে সিহঁতৰ মত) বেদান্ত (বাদী যাক ইতিমধ্যে খণ্ডন কৰা হ’ল)ৰ সৈতে সাম্যলৈ আহে; আৰু দ্বিতীয় পক্ষত (ব্ৰহ্ম আৰু অবিদ্যাৰ অভেদত), অবিদ্যা জড় হোৱা বাবে, ইয়াত তাৰ (বিদ্যাৰ সৈতে সংযোগ) কোনে কৰে?