तदहर्जातकस्यापि वासना सान्यजन्मजा ।
तत्तज्जातीयधर्मो वा तथाज्ञानस्वभावता ॥७६॥
tadaharjātakasyāpi vāsanā sānyajanmajā |
tattajjātīyadharmo vā tathājñānasvabhāvatā
সেইদিনাই জন্মা (শিশু)ৰো (জ্ঞান প্ৰকাশ কৰা) বাসনা থাকে — আৰু সেই (বাসনা) আন জন্মত জন্মা, অথবা সেই সেই জাতিৰ এক ধৰ্ম; (যিকোনো প্ৰকাৰে এয়া) জ্ঞানক স্বভাৱৰূপে ধৰাকেই (নিৰ্দেশ কৰে)।