प्रत्यक्षत्वं प्रसज्येत तथाप्तत्वेऽप्यनिश्चयात् ।
स्वातन्त्र्यं नच शब्दस्य रचनात्वेन युज्यते ॥७३॥
pratyakṣatvaṃ prasajyeta tathāptatve'pyaniścayāt |
svātantryaṃ naca śabdasya racanātvena yujyate
(বিশেষৰ দ্বাৰা) প্ৰত্যক্ষত্বৰ প্ৰসংগ হ’ব; আৰু সেইদৰে, (বক্তাৰ) আপ্তত্বৰ বিষয়েও নিশ্চয় নোহোৱা বাবে, শব্দৰ কোনো স্বাতন্ত্ৰ্য (প্ৰামাণ্য) থিয় নহয়, কিয়নো সি (কেৱল মানৱ) ৰচনা।