तेन ज्ञेयमेकमेव वस्तु भिन्ने ग्रहः कुतः ।
तथानुमानं न भवेद्धूमाग्न्योरन्वये क्वचित् ॥८३॥
tena jñeyamekameva vastu bhinne grahaḥ kutaḥ |
tathānumānaṃ na bhaveddhūmāgnyoranvaye kvacit
গতিকে জ্ঞেয় বস্তু এক বুলিয়েই জানিব লাগে; (চেতনাৰ পৰা) পৃথক (বিষয়ৰ) গ্ৰহ ক’ৰ পৰা? সেইদৰে ধূম আৰু অগ্নিৰ অন্বয়ৰ (প্ৰকৃত ভিত্তি নাথাকিলে) অনুমান ক’তো হ’ব নোৱাৰে।