अङ्कुरो जायत इति न भवेत्कारकात्मता ॥४५॥
aṅkuro jāyata iti na bhavetkārakātmatā
(যদি কোৱা) 'অঙ্কুৰ জন্মে' (নিতান্ত অসৎৰ পৰা), তেন্তে (অসৎৰ) কাৰকাত্মতা থাকিব নোৱাৰে (কিয়নো যি এতিয়াও নাই, তাৰ ওপৰত ক্ৰিয়া কৰিব নোৱাৰি)।