न स्वरूपविभागोऽत्र तथा तस्य व्यवस्थितेः ।
संज्ञाकरणमात्रं तद्व्यवहाराय कल्पितम् ॥४७॥
na svarūpavibhāgo'tra tathā tasya vyavasthiteḥ |
saṃjñākaraṇamātraṃ tadvyavahārāya kalpitam
ইয়াত স্বৰূপৰ কোনো বিভাগ নাই, কিয়নো তাৰ (শিৱৰ) অৱস্থা স্থিৰ হৈ থাকে; (ভেদটো) কেৱল নাম দিয়াহে, ব্যৱহাৰৰ অৰ্থে কল্পিত।