The Vision of Śiva· 3.25 / 99

The Vision of Śiva3.25

3.25
एवं सति समग्रस्य व्यवहारस्य भङ्गिता । तथैवं संप्रवृत्तौ तु निमित्तकलनापतेत् ॥२५॥
evaṃ sati samagrasya vyavahārasya bhaṅgitā | tathaivaṃ saṃpravṛttau tu nimittakalanāpatet
— এনে হ’লে ; — সমগ্ৰ ; — ব্যৱহাৰৰ, প্ৰচলিত কাৰবাৰৰ ; — ভঙ্গ, পতন ; — সেইদৰে ; — এনেদৰে ; — (সৃষ্টি) সম্প্ৰৱৃত্ত হোৱাত ; — তু — কিন্তু ; — নিমিত্ত (কাৰণ)ৰ কল্পনা ; — আহি পৰিব

এনে হ’লে সমগ্ৰ ব্যৱহাৰৰ ভঙ্গ (পতন) হয়; আৰু সেইদৰে (সৃষ্টি) সম্প্ৰৱৃত্ত হোৱাত নিমিত্ত-কলনা (কাৰণ-কল্পনা) আহি পৰিব।