तत्र वा तदुपायत्वात्परत्वेनोपचारिता ॥१५॥
tatra vā tadupāyatvātparatvenopacāritā
অথবা তাত (যি 'পৰম' কোৱা হৈছে, সেয়া) তাৰ উপায় হোৱাৰ কাৰণে 'পৰ'ৰূপে উপচাৰিত (গৌণভাৱে অভিহিত)।