तदुपायात्परत्वं चेद्दीपादेरप्युपायता ॥१६॥
tadupāyātparatvaṃ ceddīpāderapyupāyatā
তাৰ উপায় হোৱাৰ পৰাই যদি পৰত্ব (হয়), তেন্তে দীপ আদিৰো (শিৱ-প্ৰাপ্তিৰ) উপায়তা (আছে, সিহঁতো 'পৰ' হ’ব)।