अविभागा कथं सा स्याद्यतः पश्यन्त्यसौ स्मृता ॥४५॥
avibhāgā kathaṃ sā syādyataḥ paśyantyasau smṛtā
সেয়া অবিভাগা কেনেকৈ হ’ব পাৰে? যিহেতু সেয়া 'পশ্যন্তী' (দৰ্শনকাৰিণী) বুলি কোৱা হৈছে।