अतथा यदि पश्यन्ती मिथ्या पश्यन्त्युदाहृता ॥४६॥
atathā yadi paśyantī mithyā paśyantyudāhṛtā
যদি (সেয়া আচলতে) নেদেখে, তেন্তে মিছাকৈয়ে 'পশ্যন্তী' (দৰ্শনকাৰিণী) বুলি উদাহৃত (কোৱা) হৈছে।