आत्मप्रच्छादनक्रीडां कुर्वतो वा कथंचन ।
मायारूपमितीत्यादि षट्त्रिंशत्तत्त्वरूपताम् ॥३२॥
ātmapracchādanakrīḍāṃ kurvato vā kathaṃcana |
māyārūpamitītyādi ṣaṭtriṃśattattvarūpatām
অথবা কোনোমতে আত্ম-প্ৰচ্ছাদনৰ ক্ৰীড়া কৰোঁতে 'মায়াৰূপ' ইত্যাদিৰূপে ষট্ত্ৰিংশৎ (ছয়ত্ৰিশ) তত্ত্বৰূপতা (ধাৰণ কৰে)।