क्रियाशक्तिसमाभोगात्कदाचित्स्थूलवेदनात् ।
विद्यात्वविद्येशानत्वमन्त्रमन्त्रेश्वरात्मताम् ॥३१॥
kriyāśaktisamābhogātkadācitsthūlavedanāt |
vidyātvavidyeśānatvamantramantreśvarātmatām
কেতিয়াবা ক্ৰিয়াশক্তিৰ সমাভোগৰ পৰা, কেতিয়াবা স্থূল বেদনৰ পৰা — বিদ্যাত্ব, বিদ্যেশানত্ব, মন্ত্ৰ আৰু মন্ত্ৰেশ্বৰ-আত্মতা (ধাৰণ কৰে)।