Bhagavad Gītā (Kashmirian recension)· 3.35 / 48

Bhagavad Gītā (Kashmirian recension)3.35

3.35
श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मोदयादपिः ॥ ३-३५ ॥
śreyān svadharmo viguṇaḥ paradharmātsvanuṣṭhitāt | svadharme nidhanaṃ śreyaḥ paradharmodayādapiḥ || 3-35 ||
— বিগুণ হ’লেও নিজৰ ধৰ্ম শ্ৰেয় ; — সুঅনুষ্ঠিত পৰধৰ্মতকৈ ; — নিজৰ ধৰ্মত মৃত্যুও শ্ৰেয় ; — পৰধৰ্ম সমৃদ্ধ হ’লেও (ভয়াৱহ)

প্ৰতিটো ইন্দ্ৰিয়ৰ বিষয়ত ৰাগ আৰু দ্বেষ অৱস্থিত; কোনেও সেই দুটাৰ বশ নহ’ব, কাৰণ সেই দুটা তেওঁৰ শত্ৰু (পথ-ৰোধক)।