रजस्तमश्चाभिभूय सत्त्वं भवति भारत ।
रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥
१४-१० ॥
rajastamaścābhibhūya sattvaṃ bhavati bhārata |
rajaḥ sattvaṃ tamaścaiva tamaḥ sattvaṃ rajastathā ||
14-10 ||
হে ভাৰত, ৰজ আৰু তমক অভিভূত কৰি সত্ত্ব প্ৰবল হয়; সত্ত্ব আৰু তমক অভিভূত কৰি ৰজ, আৰু সেইদৰে সত্ত্ব আৰু ৰজক অভিভূত কৰি তম।