सर्वद्वारेषु देहेऽस्मिन्प्रकाशमुपजायते ।
ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥
१४-११ ॥
sarvadvāreṣu dehe'sminprakāśamupajāyate |
jñānaṃ yadā tadā vidyādvivṛddhaṃ sattvamityuta ||
14-11 ||
যেতিয়া এই দেহৰ সকলো দ্বাৰত জ্ঞানৰ প্ৰকাশ উৎপন্ন হয়, তেতিয়া সত্ত্ব বৃদ্ধি পাইছে বুলি জানিব লাগে।