अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम् ।
नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप ! ॥
११-१६ ॥
anekabāhūdaravaktranetraṃ paśyāmi tvāṃ sarvato'nantarūpam |
nāntaṃ na madhyaṃ na punastavādiṃ paśyāmi viśveśvara viśvarūpa ! ||
11-16 ||
অনেক বাহু, উদৰ, মুখ আৰু চকুযুক্ত, অনন্তৰূপ আপোনাক মই সকলো ফালে দেখিছোঁ; হে বিশ্বেশ্বৰ, হে বিশ্বৰূপ, মই আপোনাৰ অন্ত, মধ্য বা পুনৰ আদিও দেখা নাপাওঁ।