योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥
१-२३ ॥
yotsyamānānavekṣe'haṃ ya ete'tra samāgatāḥ |
dhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ ||
1-23 ||
দুৰ্বুদ্ধি ধৃতৰাষ্ট্ৰপুত্ৰক যুদ্ধত সন্তুষ্ট কৰিব বিচৰা যিসকল ইয়াত একত্ৰিত হৈছে, সেই যুদ্ধাভিলাষীসকলক মই চাওঁ।