तत्र परमेश्वरः पञ्चभिः शक्तिभिः निर्भर इत्य् उक्तम् स स्वातन्त्र्यात् शक्तिं तां तां मुख्यतया प्रकटयन् पञ्चधा तिष्ठति
Transliteration (IAST)
tatra parameśvaraḥ pañcabhiḥ śaktibhiḥ nirbhara ity uktam sa svātantryāt śaktiṃ tāṃ tāṃ mukhyatayā prakaṭayan pañcadhā tiṣṭhati
তাত পৰমেশ্বৰ পাঁচটা শক্তিৰে নিৰ্ভৰ (পৰিপূৰ্ণ) বুলি কোৱা হ'ল; তেওঁ স্বাতন্ত্ৰ্যৰে সেই সেই শক্তিক মুখ্যৰূপে প্ৰকটিত কৰি পাঁচ প্ৰকাৰে থাকে।