तत्र मानुषं वर्षं देवानां तिथिः अनेन क्रमेण दिव्यानि द्वादशवर्षसहस्राणि चतुर्युगम्
Transliteration (IAST)
tatra mānuṣaṃ varṣaṃ devānāṃ tithiḥ anena krameṇa divyāni dvādaśavarṣasahasrāṇi caturyugam
তাত মানুহৰ এক বছৰ দেৱতাসকলৰ এক তিথি; এই ক্ৰমে বাৰ হাজাৰ দিব্য বছৰ এক চতুৰ্যুগ।