तज्ज्ञः शास्त्रे मुक्तः परकुलविज्ञानभाजनं गर्भः । शून्याशून्यालयं कुर्याद् एकदण्डे ऽनलानिलौ
Transliteration (IAST)
tajjñaḥ śāstre muktaḥ parakulavijñānabhājanaṃ garbhaḥ | śūnyāśūnyālayaṃ kuryād ekadaṇḍe 'nalānilau
সেইটো জনাজন শাস্ত্ৰত মুক্ত, পৰ-কুল-বিজ্ঞানৰ ভাজন (পাত্ৰ), গৰ্ভ; এক দণ্ডত (একে নাড়ীত) অনল আৰু অনিল শূন্য-অশূন্যৰ আলয় কৰিব।