तत्रापि च एकद्वित्र्यादिभेदेन समस्तव्यस्ततया क्वचित् कस्यचित् कदाचित् च तथा आश्वासोपलब्धेः विचित्रो भेदः
Transliteration (IAST)
tatrāpi ca ekadvitryādibhedena samastavyastatayā kvacit kasyacit kadācit ca tathā āśvāsopalabdheḥ vicitro bhedaḥ
তাততো এক, দুই, তিনি আদি ভেদেৰে, সমষ্টি আৰু ব্যষ্টি ৰূপে, কোনোবা ঠাইত, কাৰোবাৰ বাবে, কেতিয়াবা — সেইদৰে আশ্বাস (স্থিৰ প্ৰত্যয়) লাভ হোৱা বাবে বিচিত্ৰ ভেদ আছে।