सर्वे भावाः स्वमात्मानं जानन्तः सर्वतः स्थिताः ।
मदात्मना घटो वेत्ति वेद्म्यहं वा घटात्मना ॥१०५॥
sarve bhāvāḥ svamātmānaṃ jānantaḥ sarvataḥ sthitāḥ |
madātmanā ghaṭo vetti vedmyahaṃ vā ghaṭātmanā
সকলো ভাৱ সকলো ফালে নিজৰ আত্মাকে জানি অৱস্থিত; ঘটে মোৰ আত্মাৰে জানে, অথবা মই ঘটৰ আত্মাৰে জানোঁ (— কিয়নো প্ৰতিটোৰ জ্ঞাতা আত্মা সেই এক শিৱ)।