नाशः कटकरूपेण सद्भावः कुण्डलादिना ॥५४॥
nāśaḥ kaṭakarūpeṇa sadbhāvaḥ kuṇḍalādinā
(যাক) বিনাশ (বোলা হয় সেয়া কেৱল সোণৰ) কঙ্কণ-ৰূপে (থকাৰ অন্ত), (আৰু ইয়াৰ) সত্তা কুণ্ডল আদিৰূপে (চলি থাকে — দ্ৰৱ্য নষ্টও নহয়, নতুনকৈ উৎপন্নও নহয়)।