निमित्तसमवाययादिवैचित्र्यं तद्विचित्रता ।
कारणस्यैकरूपत्वे न दोषस्त्रितयात्मता ॥८०॥
nimittasamavāyayādivaicitryaṃ tadvicitratā |
kāraṇasyaikarūpatve na doṣastritayātmatā
নিমিত্ত, সমৱায়ী আদি (কাৰণৰ) বৈচিত্ৰ্য তেওঁৰে নিজৰ বিচিত্ৰতা; কাৰণ এক-ৰূপ হোৱাত কোনো দোষ নাই: (কিয়নো সেই এক কাৰণেই) ত্ৰিতয়াত্মক (ইচ্ছা-জ্ঞান-ক্ৰিয়া)।