The Vision of Śiva· 3.21 / 99

The Vision of Śiva3.21

3.21
इत्युक्तेऽत्र समाक्षेपः पक्षस्यास्य विधीयते । आदौ तावद्विकारित्वं शिवतत्त्वस्य जायते ॥२१॥
ityukte'tra samākṣepaḥ pakṣasyāsya vidhīyate | ādau tāvadvikāritvaṃ śivatattvasya jāyate
— এনে কোৱাত ; — ইয়াত ; — আক্ষেপ, আপত্তি ; — এই পক্ষৰ বিৰুদ্ধে ; — উত্থাপিত হয় ; — প্ৰথমতে ; — আৰম্ভণিতে ; — বিকাৰিত্ব, পৰিৱৰ্তনশীলতা ; — শিৱতত্ত্বৰ ; — জন্মে

এনে কোৱাত ইয়াত এই পক্ষৰ বিৰুদ্ধে এটা আক্ষেপ (আপত্তি) উত্থাপিত হয় — প্ৰথমতে শিৱতত্ত্বৰ বিকাৰিত্ব (পৰিৱৰ্তনশীলতা) জন্মে।