2.4 अक्षादिवृत्तिभिर्हीनं देशकालादिशून्यकम् ॥४॥ akṣādivṛttibhirhīnaṃ deśakālādiśūnyakam akṣādivṛttibhiḥ — অক্ষ (ইন্দ্ৰিয়) আদিৰ বৃত্তিৰ দ্বাৰা ; hīnam — হীন, ৰহিত ; deśakālādiśūnyakam — দেশ-কাল আদিৰ পৰা শূন্য ই অক্ষ (ইন্দ্ৰিয়) আদিৰ বৃত্তিৰ পৰা হীন, দেশ-কাল আদিৰ পৰা শূন্য।