गृह्णात्यथाविद्यया वा साप्यस्याः कथमास्थिता ॥२२॥
gṛhṇātyathāvidyayā vā sāpyasyāḥ kathamāsthitā
গ্ৰহণ কৰে, অথবা অবিদ্যাৰ দ্বাৰা (গ্ৰহণ কৰে), তেন্তে সেই (অবিদ্যা)ও তাইত (পশ্যন্তীত) কেনেকৈ অৱস্থিত হ’ল?