2.12 आदौ तावदिन्द्रियत्वे स्थिता वाक्कर्मसंज्ञिते ॥१२॥ ādau tāvadindriyatve sthitā vākkarmasaṃjñite ādau — প্ৰথমতে ; tāvat — সকলোতকৈ আগেয়ে ; indriyatve — ইন্দ্ৰিয়ত্বত ; sthitā — অৱস্থিত ; vākkarmasaṃjñite — 'বাক্-কৰ্ম' (বাক্-ইন্দ্ৰিয়) নামেৰে অভিহিত (উত্তৰ:) প্ৰথমতে বাক্ 'বাক্-কৰ্ম' নামেৰে অভিহিত ইন্দ্ৰিয়ত্বত অৱস্থিত।