सुसूक्ष्मशक्तित्रितयसामरस्येन वर्तते ।
चिद्रूपाह्लादपरमो निर्विभागः परस्तदा ॥४॥
susūkṣmaśaktitritayasāmarasyena vartate |
cidrūpāhlādaparamo nirvibhāgaḥ parastadā
তেতিয়া তেওঁ অতি সূক্ষ্ম শক্তি-ত্ৰিতয়ৰ সামৰস্যৰে বৰ্তি থাকে; চিৎস্বৰূপ আহ্লাদত পৰম-নিষ্ঠ, নিৰ্ৱিভাগ, পৰম (সেই শিৱ)।